অসম

assam

By

Published : Oct 3, 2022, 10:52 PM IST

ETV Bharat / videos

মহিষ মৰ্দিনীৰ আৰাধনাত ব্যস্ত যোৰহাটবাসী

দেৱী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট থিয়েটাৰ হল পূজা মণ্ডপ স্থলী (Durga Puja Celebrates in Jorhat) ৷ বৰষুণে কিছু বিধি পথালি দিলেও ম্লান হোৱা নাই যোৰহাটৰ পূজাস্থলীসমূহ (Durga Puja in Jorhat) ৷ বৰষুণৰ বতৰতো পূজা চাবলৈ অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details