অসম

assam

By

Published : Jan 18, 2022, 10:38 PM IST

ETV Bharat / videos

Anti Drug Mission : দুলীয়াজানত ড্ৰাগছ সহ এজন যুৱকক আটক

দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drugs mission by Duliajan police) । দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested in Duliajan) । সোমবাৰে নিশা দুলীয়াজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুলীয়াজানৰ নগাঁও তিনিআলিৰ পৰা এখন পালছাৰ বাইকত অহা এজন যুৱকৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । ধৃত যুৱকজন দুলীয়াজানৰ ছলাকটকী অঞ্চলৰ ঋতুৰাজ পাটৰ বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details