অসম

assam

ETV Bharat / videos

বোকাখাতত জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা - Karate competition in Bokakhat

By

Published : Aug 29, 2022, 2:03 PM IST

বোকাখাতত দেওবাৰে অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতা (Karate competition in Bokakhat)। 'ছাত্ৰ-ছাত্ৰীৰ লগতে নৱপ্ৰজন্মক মৰাত্মক ড্ৰাগছ, গুটখা আৰু ৰাগীয়াল দ্ৰব্যৰ পৰা আতঁৰত ৰাখিবলৈ সমৰ কলা খেলিবলৈ দিয়ক'-এই আহ্বানেৰে অনুষ্ঠিত হয় জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতাখনি । প্ৰতিযোগিতাখনিত বঁটা প্ৰদান কৰিবলৈ আহি নষ্টালজিক হৈ পৰে এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰাটে চেম্পিয়ন তথা এতিয়াৰ কেবিনেট মন্ত্ৰী অতুল বৰা(Minister Atul Bora present at karate competition) । ২ শতাধিক কেৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ৬ বছৰ বয়সৰ পৰা ১৮ বছৰৰ ভিতৰৰ খেলুৱৈ সকলে প্ৰতিযোগিতাখনিত পদক লাভৰ যুঁজত ভাগ লয় । খেলখনত পদক প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেল আৰু নিজৰ অভিজ্ঞতা সুঁৱৰি মন্ত্ৰী অতুল বৰাই উদ্যোক্তা সকলৰ শলাগ লয় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details