অসম

assam

ETV Bharat / videos

নৱ নিৰ্বাচিত মুখ্য়মন্ত্ৰীক লৈ কি ক’লে ডিব্ৰুগড়বাসীয়ে ? - ডিব্ৰুগড়বাসীৰ মন্তব্য

🎬 Watch Now: Feature Video

By

Published : May 10, 2021, 9:27 AM IST

ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে । ব্যতিক্ৰম নহয় ডিব্ৰুগড়বাসীও ‌। ডিব্ৰুগড়ৰ ৰাইজে সৰ্বানন্দ সোণোৱালে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলি আশা কৰিছিল যদিও শেষত তেওঁ নিজেই বিধায়নী দলৰ সভাত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাত সকলো জল্পনা-কল্পনাৰ ওৰ পৰে । নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও আশাবাদী ডিব্ৰুগড়ৰ সাধাৰণ ৰাইজ ।‌ সকলোৰে এটাই আশা সৰ্বানন্দ সোণোৱালৰ আধৰুৱা কাম সফল কৰি তুলিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

...view details