অসম

assam

ETV Bharat / videos

HS final Exam Result: বিজ্ঞান শাখাৰ শীৰ্ষত ধৃতিৰাজ বাস্তৱ কলিতা - topped the Science stream in HS final Exam

By

Published : Jun 27, 2022, 9:03 AM IST

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত(HS Exam result 2022) বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে ধৃতিৰাজ বাস্তৱ কলিতাই ৷ ধৃতিৰাজৰ ঘৰ ছিপাঝাৰৰ বৰমপুৰত ৷ তেওঁ ট্ৰিনিটি জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল ৷ মেট্ৰিক পৰীক্ষাটো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল ধৃতিৰাজে ৷

ABOUT THE AUTHOR

...view details