অসম

assam

ETV Bharat / videos

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰত গৰু বিহু উদযাপন - ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি শিৱলসাগৰত গৰু বিহু উদযাপন

By

Published : Apr 14, 2022, 3:50 PM IST

আমে মলিয়ালে, শালৰ গামোছাই মাৰিলে হাঁহি, গছে-বনে সলালে পাত । বিহুৰ বতৰা পাই গৰুছালে লগালে মাত । আজিৰে পৰা আৰম্ভ ৰঙালী বিহু(Rangali Bihu begins today) আৰু আজি সাত বিহুৰ গৰু বিহু । কৃষিজীৱী অসমীয়া ৰাইজে নোৱাই-ধুৱাই শ্ৰী বৃদ্ধি গো-ধনৰ কামনা কৰিছে । ব্য়তিক্ৰম নহয় শিৱসাগৰ । শিৱসাগৰৰ ৰজাবাৰী দৰিকাঘাট গাঁৱতো ঐতিহ্য পৰম্পৰাৰে কিদৰে উদযাপন কৰিছে গৰু বিহু । শিৱসাগৰৰ সাংবাদিক অনন্ত স্মিথৰ এক প্ৰতিবেদন ।

For All Latest Updates

ABOUT THE AUTHOR

...view details