অসম

assam

ETV Bharat / videos

আম্বানী-আদানীক দেশ বিক্ৰী কৰাসকল কি ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী : কানহাইয়া কুমাৰ

By

Published : Apr 12, 2022, 3:56 PM IST

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা চহৰৰ দশৰা খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত কংগ্ৰেছৰ যুৱ নেতা কানহাইয়া কুমাৰে (congress leader Kanhaiya Kumar) পুনৰ আক্ৰমণৰে থকা-সৰকা কৰে কেন্দ্ৰত অধিস্থিত বিজেপি চৰকাৰখনক ৷ দেশৰ সম্পত্তি আম্বানী-আদানীক বিক্ৰী কৰাৰ কথাৰে দেশৰ সম্পদ বিক্ৰী কৰা সকলে কিদৰে ৰাষ্ট্ৰবাদী হ’ল বুলিও প্ৰশ্ন কৰে কানহাইয়াই (Kanhaiya Kumar questioned BJP's nationalism) ৷ কেৱল ইমানেই নহয় আম্বানী-আদানীক সমালোচনা কৰি কানহাইয়াই কয়, দেশ অকল তেওঁলোকৰ বাপেকৰেই সম্পত্তি নহয় আমাৰো মা-দেউতাৰ (Kanhaiya Kumar against Ambani Adani) ৷ ইয়াৰোপৰি দেশ বিক্ৰী কৰা সকলক প্ৰতিৰোধ কৰিবলৈ যাৰ সৈতে হ’লেও একত্ৰিত হ’বলৈয়ো সাজু বুলি মন্তব্য কৰে কানহাইয়া কুমাৰে ৷

ABOUT THE AUTHOR

...view details