অসম

assam

Octave Festival 2022: অক্টেভ উৎসৱৰ মঞ্চ কঁপালে অসমৰ বিহুৱে

By

Published : May 23, 2022, 5:54 PM IST

তিনিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ অক্টেভ উৎসৱৰ (Octave Festival 2022) সামৰণি পৰে দেওবাৰে ৷ বিগত ২০ মে’ৰ পৰা আৰম্ভ হৈছিল এই উৎসৱ ৷ এই সাংস্কৃতিক কাৰ্যসূচীত 8 খন ৰাজ্যৰ 250 গৰাকী শিল্পীয়ে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । অনুষ্ঠানটোত উত্তৰ-পূৱ ভাৰতৰ আঠখন ৰাজ্যই অংশগ্ৰহণ(Octave Festival of North East) কৰাৰ বাবে ইয়াক অক্টাভ হিচাপে নামাকৰণ কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details