অসম

assam

ETV Bharat / videos

ৰংঘৰৰ বাকৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2022

By

Published : May 2, 2022, 1:01 PM IST

আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত শিৱসাগৰৰ যোগ উৎসৱ(National level yoga programme in Sivasagar) ত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma participates in yoga programme held in Sivasagar) ই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে ৰংঘৰৰ বাকৰি পৰিদৰ্শন কৰে । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) লৈ ৫০ দিন বাকী থকা অৱস্থাত আয়োজন কৰা এই যোগ উৎসৱত অংশ লৈ শৰ্মাই শিৱদ’লত পূজা আগবঢ়োৱাৰ পিছতে ৰংঘৰত উপস্থিত(CM Himanta Biswa Sarma visits Rang ghar) হয় ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলা তথা সমষ্টিৰ উন্নয়ন সন্দৰ্ভত খতিয়ান দাঙি ধৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details