অসম

assam

ETV Bharat / videos

চিৰাঙত খহিল কংগ্ৰেছৰ গৰা

By

Published : Mar 27, 2021, 10:14 PM IST

শনিবাৰে চিৰাঙৰ আমটেকাত অনুষ্ঠিত হয় ইউপিপিএল দলৰ এক যোগদান সভা । কেইবা শ লোকে অংশগ্ৰহণ কৰা এই যোগদান সভাত বিটিআৰৰ মুখ‍্য কাৰ্যবাহী সদস‍্য প্ৰমোদ বড়োৰ উপস্থিতিত বিটিচি কংগ্ৰেছৰ মুখপাত্ৰ তথা সমন্বয়ক জমশ্বেৰ আলীয়ে ৪৬ জন লোকৰ সৈতে ইউপিপিএল দলত যোগদান কৰে ।

ABOUT THE AUTHOR

...view details