অসম

assam

By

Published : Jun 13, 2021, 5:40 PM IST

ETV Bharat / videos

প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাচতে প্ৰথম বাৰৰ বাবে পাঠশালাত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বজালীৰ সদ্য প্ৰয়াত শিক্ষাবিদ সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ এই সময়চোৱাত মন্ত্ৰীগৰাকীক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বিধায়ক ফণীধৰ তালুকদাৰে সংগ দিয়ে ৷

ABOUT THE AUTHOR

...view details