অসম

assam

ETV Bharat / videos

উৰণীয়া সেঁতুৰ পৰা উৰি পৰিল চলন্ত বাহন - নৱ-নিৰ্মিত উৰণীয়া সেঁতুৰ পৰা বাগৰি পৰিল চলন্ত বাহন

By

Published : Nov 23, 2019, 5:43 PM IST

ৰোহিত চেট্টীৰ ছবিত নহয়,ৰিয়েল লাইফত হায়দৰাবাদত উৰণীয়া সেঁতুৰ পৰা উৰি পৰিল চলন্ত বাহন৷ নতুনকৈ উদ্বোধন কৰা উৰণীয়া সেঁতুৰ পৰা পৰিল এখন চলন্ত বাহন ৷ এই ঘটনাত নিহত হয় এজন লোক ৷ হায়দৰাবাদৰ গাচ্ছিবলীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে প্ৰায় দিনৰ 1 বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷

For All Latest Updates

TAGGED:

one dead

ABOUT THE AUTHOR

...view details