নামত নদী আৰক্ষী চকীঃ নাই এখনো নাও
বঙাইগাঁও জিলাৰ আলগা নদী আৰক্ষী চকীত একাঁঠু পানী । ভাৰপ্ৰাপ্ত বিষয়া মফিদুৰ ৰহমান সহ চাৰিজন চিপাহীৰে চলে এইখন নদী আৰক্ষী চকী । আশ্চৰ্যৰ কথা যে নদী আৰক্ষী চকীতেই নাই এখনো নাও । কলৰ ভূৰ লৈ চলিবলগীয়া হয় নদী আৰক্ষী । কিন্ত চৰকাৰৰ ফালৰ পৰা নাই কোনো গুৰুত্ব ৷
Last Updated : Jul 17, 2019, 8:15 PM IST