অসম

assam

ETV Bharat / videos

বন্দুক নহয় আৰক্ষী থানাত গৰজিলে ঢোলে - Rangali Bihu begins today

By

Published : Apr 14, 2022, 6:41 PM IST

আমে মলিয়ালে, শালৰ গামোছাই মাৰিলে হাঁহি, গছে-বনে সলালে পাত । বিহুৰ বতৰা পাই গৰুছালেও লগালে মাত । আজিৰে পৰা আৰম্ভ ৰঙালী বিহু(Rangali Bihu begins today) আৰু আজি সাত বিহুৰ গৰু বিহু । গৰু বিহু দিনাই প্ৰতিদিনে আপোনাৰ মোৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা আৰক্ষী বিষয়াসকলে জুৰিলে বিহুগীত (Police celebrate Rangali Bihu in Bokakhat)। বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াই বন্দুকৰ পৰিৱৰ্তে হাতত তুলি লৈ ঢোল-বাঁহী । কৰ্তব্যৰ খাতিৰত বিহুত ঘৰলৈ যাব নোৱাৰা আৰক্ষী বিষয়া তথা জোৱান সকলে এনেদৰে পালন কৰিলে বিহু।

ABOUT THE AUTHOR

...view details