Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ বিজয়ত মৰাণত আনন্দ উল্লাস - দ্ৰৌপদী মূৰ্মুৰ বিজয়ত মৰাণত আনন্দ উল্লাস
ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী মহিলা আৰু প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস(Draupodi Murmu new president of India) । ব্যতিক্ৰম নহয় মৰাণ । মৰাণত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে মৰাণৰ বামুণবাৰীত মৰাণ নাহৰকটীয়া ৰাজপথত জনতাৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গ'ল । বিজেপি জিন্দাবাদ, দ্ৰৌপদী মুৰ্মু জিন্দাবাদ ধ্বনিৰ লগতে ফটকা ফুটাই সমদল বাহিৰ কৰে বিজেপি কৰ্মীৰ লগতে চাহ বাগিচাৰ ৰাইজে ।
TAGGED:
Presidential Election 2022