অসম

assam

ETV Bharat / videos

বাক্সাৰ দিঘেলীত বিষহৰী পূজা সম্পন্ন - বাক্সা জিলাৰ দিঘেলীতো বহাগ

By

Published : Apr 15, 2021, 5:38 PM IST

এক ব’হাগৰ দিনটোত বড়োসকলৰ পৰম্পৰাগতভাৱে চলি অহা বিষহৰী পূজা জাক-জমকতাৰে পালন কৰা হয় বাক্সাত ৷ বাক্সাৰ দিঘেলীতো ব’হাগৰ প্ৰথম দিনতে ৰাইজৰ মংগলৰ বাবে এই পূজা পালন কৰা বুলি জানিবলৈ দিয়ে পূজাৰীয়ে ৷ যিহেতু যোৱা বছৰ ক’ভিড-19 প্ৰটক’লৰ কাৰণে পূজা কৰিব পৰা নাছিল ৷ সেয়েহে এইবাৰ অধিক উলহ-মালহেৰে এই পূজা পালন কৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ উল্লেখযোগ্য যে, এই পূজাত পঠা, পাৰ আদি বলি দি অনাগত দিনবোৰ সুকলমে পাৰ হোৱাৰ আশীষ বিচাৰে ভক্তসকলে ৷

ABOUT THE AUTHOR

...view details