অসম

assam

বিহু মঞ্চ কঁপাবলৈ সাজু কণ্ঠশিল্পী কৃষ্ণমণি নাথ

By

Published : Apr 14, 2019, 5:27 AM IST

নিৰ্বাচনী ব্যস্ততাৰ মাজতো বিহুক লৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া । মঞ্চত গীত পৰিবেশন কৰিবলৈ সাজু এতিয়া কণ্ঠশিল্পীসকল । এইবাৰ কেইবাটাও নতুন গীত লৈ মঞ্চ কঁপাবলৈ সাজু শিল্পী কৃষ্ণমণি নাথ । ই টি ভি ভাৰতৰ সৈতে কৃষমণি নাথৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

ABOUT THE AUTHOR

...view details