অসম

assam

ETV Bharat / videos

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৰঙালী বিহু উদযাপন

By

Published : Apr 12, 2021, 7:28 PM IST

ৰাজ্যৰ সকলোতে এতিয়া বহাগীক আদৰাৰ প্ৰস্তুতি ৷ অসমৰ চহকী সংস্কৃতিৰ প্ৰতি ছাত্ৰী সকলক আকৃষ্ট কৰাৰ উদ্দেশ্যে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো বিহু উদযাপন ৷ বিহু উপলক্ষে চৰকাৰী বন্ধৰ পৰিপ্ৰেক্ষিতত উৰুকাৰ আগদিনা বিদ্যালয় প্ৰাংগনতে আয়োজন কৰা হ'ল ৰঙালী বিহুৰ ৷ অনুষ্ঠানত ছাত্ৰী সকলে প্ৰদৰ্শন কৰিলে হুছৰিকে ধৰি বিহু, গীত আৰু নাচ ৷ অসমীয়া সংস্কৃতিৰ সৈতে ছাত্ৰী সকলক পৰিচয় কৰাই দিয়াৰ লগতে তেওঁলোকৰ প্ৰতিভা বিকাশৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি মন্তব্য বিদ্যালয়ৰ অধ্যক্ষৰ ৷

ABOUT THE AUTHOR

...view details