অসম

assam

ETV Bharat / videos

বৰপেটাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী - বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By

Published : May 28, 2022, 8:30 AM IST

বৰপেটাৰ হাউলীত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Huge quantity of ganja seized in Barpeta) ৷ ধৃত গাঞ্জা সৰবৰাহকাৰী দুটা বকুল বৈশ্য আৰু মান্নান হুছেইন বুলি জানিব পৰা হৈছে ৷ দুয়োৰো ঘৰ হাউলীৰ সমীপৰ কালঝাৰ গাঁৱত ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা প্ৰায় ৩৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ হাউলীৰ কালঝাৰৰ পৰা বৰপেটাৰোডলৈ গৈ থকা অৱস্থাত গাঞ্জাসহ সৰবৰাহকাৰীদুটাক গ্ৰেপ্তাৰ কৰে হাউলী আৰক্ষীয়ে(Two ganja supplier arrested in Barpeta) ।

ABOUT THE AUTHOR

...view details