অসম

assam

ETV Bharat / videos

Bangladeshi girl rescued: কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ বাংলাদেশী কিশোৰী - Bangladeshi girl rescued

By

Published : Jul 22, 2022, 10:09 PM IST

মহানগৰীত বাংলাদেশী কিশোৰী উদ্ধাৰ । কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হৈছে বাংলাদেশী 4 কিশোৰীক (Four Bangladeshi girls rescued from Kamakhya Railway Station) । সীমা পাৰ হৈ ত্ৰিপুৰাৰে গুৱাহাটীলৈ আহিছে কিশোৰী কেইগৰাকীয়ে । কিশোৰী কেইগৰাকীৰ পৰা জব্দ কৰা হৈছে ত্ৰিপুৰাৰ বহু নথি-পত্ৰ । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কাম দিয়াৰ প্ৰলোভন দি এগৰাকী লোকে ভাৰতলৈ লৈ আনিছিল কিশোৰীকেইগৰাকীক ৷ উল্লেখ্য যে, বৰ্তমান ৰে'ল আৰক্ষীয়ে এই সন্দৰ্ভত চলাই আছে তদন্ত ।

ABOUT THE AUTHOR

...view details