অসম

assam

ETV Bharat / videos

বছৰৰ শেষৰটো দিনত বনভোজ স্থলীত বৃদ্ধি পাইছে সমাগম

By

Published : Dec 31, 2020, 7:21 PM IST

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱত ভিৰ কৰিছেহি অগণন লোকে । বছৰৰ শেষৰটো দিন নিজৰ আত্মীয় তথা বন্ধু- বৰ্গৰ সৈতে উদযাপন কৰাৰ উদ্দশ্যৰে অসমৰ ভিন্ন ঠাইৰ পৰা অগণন লোক আহি উপস্থিত হৈছেহি উক্ত স্থানত ৷ প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ এনেদৰে জিলাখনৰ দাৰাগাঁৱত ভিৰ কৰিছেহি লোক সকলে ।

ABOUT THE AUTHOR

...view details