অসম

assam

By

Published : Aug 6, 2022, 6:32 PM IST

ETV Bharat / videos

Badruddin Ajmal in Moran: জেহাদী সন্দৰ্ভ মৌন বদৰুদ্দিন আজমল

ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱাত উপস্থিত এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল(Badruddin Ajmal visits Darul Uloom Chaulkhowa) । মৰাণৰ ঔফুলীয়ালৈ যাত্ৰাপথত দাৰুল উলুম চাউলখোৱাত উপস্থিত হৈ নামাজত অংশগ্ৰহণ কৰে(Badruddin Ajmal in Dibrugarh) । মাদ্ৰাছাত আহাৰ গ্ৰহণ কৰি জিৰণি লোৱাৰ অন্ততঃ যাত্ৰা কৰে ঔফুলীয়ালৈ । বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে, বিশেষ কোনো কাৰ্যসূচী নাছিল। ইয়ালৈ চাহ খাবলৈ আহিছোঁ। বেলেগ একো কথা পতা নাই। অন্যহাতে জেহাদী প্ৰসংগত সোধা প্ৰশ্নত উত্তৰ দিয়াৰ পৰা বিৰত থাকিল আজমল(Badruddin Ajmal comment on Jihadi) । আজমলক সংগ দিয়ে বিধায়ক কৰিমউদ্দিন বৰভূঞাই ।

ABOUT THE AUTHOR

...view details