অসম

assam

ETV Bharat / videos

শোণিতপুৰ পাকবিলত হাহাকাৰ পৰিস্থিতি - effected

By

Published : Jul 17, 2019, 7:09 PM IST

ৰঙাপৰাত বানৰ ফলত হাহাকাৰ পৰিস্থিতি । মুষলধাৰ বৰষুণৰ ফলত কালনী আৰু জৰাসৰ নৈৰ বাঢ়নী পানীয়ে শ শ কৃষিভূমিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে সম্প্ৰতি গাঁওখনৰ ৰাইজ আৰু পশুধনে তীব্ৰ খাদ্য সংকটত পৰিছে।

ABOUT THE AUTHOR

...view details