কেনে আছে ঐতিহাসিক ধুবুৰী চহৰ?
বহু ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ পশ্চিম অসমৰ ধুবুৰী চহৰ ৷ ব্ৰিটিছৰ দিনৰে পৰা চহৰখনৰ আছিল বিশেষ গুৰুত্ব ৷ কিন্তু বৰ্তমানৰ দেশীয় চৰকাৰে গুৰুত্ব দিছেনে চহৰখনৰ প্ৰতি? পৰ্যটনৰ অপাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ চহৰখন কেনে আছে এতিয়া?
Last Updated : May 29, 2019, 2:58 PM IST