অসম

assam

তেজপুৰৰ মহা ভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

By

Published : May 26, 2022, 1:24 PM IST

Updated : May 26, 2022, 5:19 PM IST

দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visit Mahabhairab Temple in Tezpur)৷ এছিয়াৰ প্ৰসিদ্ধ ঐতিহাসিক তেজপুৰৰ মহা ভৈৰব মন্দিৰত উপস্থিত হৈ ৰাজ্যৰ মংগলৰ অৰ্থে ভগৱানৰ ওচৰত আশীষ বিচাৰি মূৰ দোৱাই ড৹ শৰ্মাই ৷ তাৰ পাচতেই মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ সৈতে মত বিনিময়ো কৰে ৷ তেওঁ কয় যে, তেজপুৰ মিছন চাৰিআলিৰ নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সেনা বাহিনীৰ ফালৰ পৰা অনুমতি লাভ কৰিছে ৷ কিন্তু একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ বাবেই কিছু পলম হৈছে আৰু ই সোনকালে হৈ উঠিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
Last Updated : May 26, 2022, 5:19 PM IST

ABOUT THE AUTHOR

...view details