অসম

assam

নিৰ্বাচনত আমি গৰু হাৰা দিছোঁ, তথাপি হাঁহি গৈছোঁ : আঙুৰলতা

By

Published : Jun 30, 2022, 9:42 AM IST

'নিৰ্বাচনত আমি দুয়োটা গৰু হাৰা দিছোঁ, তথাপি আমি হাঁহি গৈছোঁ, এদিন সূৰ্য উদয় হ'বই" । এই মন্তব্য প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ(Ex MLA Angoorlata Deka) ৷ বুধবাৰে মঙলদৈত বান সাহায্য বিতৰণৰ বাবে গৈছিল প্ৰাক্তন বিধায়িকাগৰাকী(Angoorlata Deka distribute flood relief at Mangaldoi) ৷ আঙুৰলতাক এই কাৰ্যত সংগ দিয়ে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে(Ex MLA Gurujyoti Das) । তেওঁ বানাক্ৰান্তৰ সৈতে মত বিনিময়ৰ সময়ত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক কাষত বহুৱাই কৰিলে এই মন্তব্য ৷

ABOUT THE AUTHOR

...view details