অসম

assam

ETV Bharat / videos

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত AJYCPৰ অৱস্থান ধৰ্মঘট - AJYCPৰ অৱস্থান ধৰ্মঘট

🎬 Watch Now: Feature Video

By

Published : Jul 1, 2022, 6:35 PM IST

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে(AJYCP demands Assam flood and erosion National problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰেই সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানৰ লগতে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত চৰকাৰ বিৰোধী ধ্বনি দি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে(AJYCP protest in Jorhat) । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা ।

ABOUT THE AUTHOR

...view details