অসম

assam

ETV Bharat / videos

মাজুলীৰ কাণ্ডক লৈ ধেমাজিত AJYCPৰ প্ৰতিক্ৰিয়া - Reaction on death of Tejaswita Baruah

By

Published : Oct 7, 2022, 9:20 PM IST

মাজুলীৰ শিশু কণ্ঠশিল্পী(Child artist Tejaswita Baruah of Majuli) তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ ৰাজ্যজুৰি বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে (Reaction on death of Tejaswita Baruah) ৷ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ সম্পৰ্কত শুকুৰবাৰে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিল্পীগৰাকীৰ মৃত্যুক দুৰ্ভাগ্যজনক আখ্যা দি চৰকাৰৰ স্বাস্থ্য বিভাগক তীব্ৰ গৰিহনা দি চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা সকলো লোকক উচিত শাস্তিৰ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই(AJYCP reaction on Tejaswita Baruah death) ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details