নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বাটৰ বিহু - নগাঁৱৰ আনন্দ নগৰ
নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত বাটৰ বিহু । নগাঁৱৰ আনন্দ নগৰত আনন্দৰ লহৰ । ঢোল পেঁপাৰ মাতত মুখৰিত নগাঁৱৰ আনন্দ নগৰ । ৰঙালী বিহুৰ প্ৰথম দিনা পুৱাৰ পৰাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আয়োজন কৰে হুঁচৰি আৰু বাটৰ বিহুৰ (AJYCP initiative Bator Bihu in Nagaon)।