অসম

assam

ETV Bharat / videos

বিমান দুৰ্ঘটনাঃ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেৰ মন্তব্য

By

Published : Aug 9, 2019, 4:12 PM IST

ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰথম শাৰীৰ যুঁজাৰু বিমান SU 30 MKI দুৰ্ঘটনাত পতিত হোৱাৰ পাছত কেনে অৱস্থাত আছে দুই ভাৰতীয় বায়ু সেনা, কেনেদৰে ৰক্ষা কৰিছিল নিজক,ইটিভি ভাৰতৰ সাংবাদিকৰ আগত বিৱৰি ক'লে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই ৷ চাওক এই প্ৰতিবেদন

ABOUT THE AUTHOR

...view details