নগাঁৱৰ কঠিয়াতলী সৰুপথাৰত কৃষি সজাগতা সভা - নগাঁৱৰ কঠিয়াতলী সৰুপথাৰত কৃষি সজাগতা সভা
বায়ষ্টেট ইণ্ডিয়া লিমিটেডৰ(Biostadt india limited) ৩৬ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কঠিয়াতলী সৰুপথাৰত এখনি কৃষি সজাগতা সভা অনুষ্ঠিত কৰা হয়(Agriculture awareness meeting at Kathiatli) ৷ সভাত কৃষি কাৰ্যত অনিষ্ট সাধন কৰিব পৰা ৰোগ আৰু নিৰাময়ৰ বাবে ব্যৱহাৰ কৰিব পৰা মেডিচিনৰ বিষয়ে অৱগত কৰে কৃষক সকলক ৷ আনহাতে বায়জাইমৰ বিভিন্ন মেডিচিন দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি সুফল লাভ কৰা কৃষক সকলক সম্বৰ্দ্ধনা জনায় ৷ সভাত উপস্থিত থাকে Territory Manager সৌৰভ আৰিয়া আৰু Market Development officer হামিদুৰ ৰহমানৰ লগতে শতাধিক কৃষক ।
TAGGED:
Biostadt india limited