অসম

assam

ETV Bharat / videos

ৰাইজক ধন্যবাদ আব্দুল খালেকৰ - সাংবাদিক

By

Published : May 23, 2019, 10:15 PM IST

কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ জয়ী নিশ্চিত হোৱাৰ পাছতেই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আব্দুল খালেকে । ৰাইজৰ হৈ প্ৰতিদিনে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details