জোনাইকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া AASU ৰ - AASU reacts on Jonai Mob lynching
জোনাইৰ অমানুষিক কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া(Mob lynching at Jonai) । জোনাই সোপাধৰা কাণ্ডত গোলাপ বৰুৱাৰ হত্যাকাণ্ড ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাই(AASU reacts on Jonai Mob lynching) । উক্ত অমানৱীয় তথা নৃশংস ঘটনাৰ ওপৰত উচিত তদন্ত কৰি ঘটনাটোত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায় ৷ উল্লেখ্য যে ৩১ আগষ্টৰ সন্ধিয়া জোনাই বৈকুন্ঠপুৰ চাৰি আলিত সোপাধৰাৰ সন্দেহত ৰাইজৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল গোলাপ বৰুৱাই(Man killed in Jonai mob lynching) ।