অসম

assam

By

Published : Jul 20, 2022, 8:44 PM IST

ETV Bharat / videos

AASU protest at Tingkhang: প্ৰাক্তন শক্তিমন্ত্ৰীৰ সমষ্টিত জ্বলিল বৰ্তমানৰ শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি

প্ৰাক্তন শক্তিমন্ত্ৰীৰ সমষ্টিত জ্বলিল বৰ্তমানৰ শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি (Nandita Garlosa effigy burnt) ৷ শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে টিংখাঙত আছুৰ উত্তাল প্ৰতিবাদ (AASU protest at Tingkhang)। অনিয়মীয়া বিদ্যুৎ যোগান তথা সঘন বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত বুধবাৰে টিংখাং, ৰাজগড় আৰু লেঙেৰী ছাত্ৰ সন্থাই যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest against power cut) ৷ টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীয়ে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিদ্যুৎ বিভাগ হায় হায় আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । লগতে ছাত্ৰ সংগঠনটোৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতিও দাহ কৰে ।

ABOUT THE AUTHOR

...view details