অসম

assam

ETV Bharat / videos

নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধীতাৰে সাৰ কাৰখানাৰ প্ৰবেশদ্বাৰত আপৰ প্ৰতিবাদ - সাৰ কাৰখানাৰ প্ৰবেশদ্বাৰৰ সন্মুখত আপৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

By

Published : Sep 21, 2022, 9:23 PM IST

নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত আম আদমী পাৰ্টীৰ তীব্ৰ প্ৰতিবাদ (AAP protested in Namrup Fertilizer Factory)। কেন্দ্ৰীয় চৰকাৰে দেশৰ আঠটাকৈ সাৰ উদ্যোগৰ লগতে নামৰূপস্থিত ব্ৰক্ষ্মপুত্ৰ ভেলি সাৰ কাৰখানা ব্যক্তিগত খণ্ডক গতাই দিবলৈ গ্ৰহণ কৰিছে সিদ্ধান্ত ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি বুধবাৰে এইদৰে নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে আপে । প্ৰতিকূল বতৰকো নেওচি আপৰ নাহৰকটীয়া বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

ABOUT THE AUTHOR

...view details