আমগুৰিৰ বজাৰ ভৰি পৰিছে চিতল-বৰালীৰে - aamingaon
আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা । পুৱাৰ ভাগৰ পৰাই ৰাজ্যৰ বজাৰ সমূহত ভৰি পৰিছে চিতল,ৰৌ,ভকুৱা আদি বিভিন্ন মাছেৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে আমগুৰিৰ সাপ্তাহিক বজাৰত মাছ ক্ৰয় কৰিবলৈ পুৱাই গ্ৰাহকৰ আগমন ঘটিছে। উৰুকাই পুৱাই ৰৌ, বাহু, চিতল, বৰালী বিধে-বিধে মাছেৰে ভৰি পৰিছে আমগুৰিৰ বজাৰ ।