অসম

assam

ETV Bharat / videos

নিশ্চিত বিজয়ৰ দিশে পূৱ গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশ্বিদ আলম - কংগ্ৰেছৰ প্ৰাৰ্থী একে ৰশ্বিদ আলম

By

Published : May 2, 2021, 7:16 PM IST

গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এ কে ৰশ্বিদ আলমৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে । ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী আলমে ৮৯,৮৯০ ভোট লাভ কৰিছে ৷ তাৰ পৰিৱৰ্তে অগপ প্ৰাৰ্থী জ্যোতিষ দাসে লাভ কৰিছে ৫৮,৬৭৬ টা ভোট ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৩১,২২৩ টা ভোটত আগবাঢ়িছে ।

ABOUT THE AUTHOR

...view details