অসম

assam

ETV Bharat / videos

হোজাই জিলাৰ শংকৰদেৱ নগৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন - ৭৬ সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2022, 2:16 PM IST

সমগ্ৰ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই শংকৰদেৱ নগৰতো ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় (76th Independence Day in Hojai) । হোজাই শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত পুৱা ৯ বজাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে হোজাই জিলাৰ জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে (DC Anupam Chaudhary hoisting the national flag in Hojai) । পতাকা উত্তোলন কৰাৰ পিছতেই অসম আৰক্ষী দ্বাৰা প্ৰদৰ্শন কৰা কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰে হোজাই জিলাৰ উপায়ুক্ত গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details