তামুলপুৰত প্ৰচণ্ড ধুমুহাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু প্ৰাক্তন সেনা জোৱানৰ - হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু প্ৰাক্তন সেনা জোৱানৰ
তামুলপুৰ জিলাৰ গোৰেশ্বৰত বুধবাৰে দুপৰীয়া অহা প্ৰচণ্ড ধুমুহাৰ (thunderstormshook Tamulpur) ফলত এজন প্ৰাক্তন এছ এছ বিৰ জোৱানৰ মৃত্যু(Former SSB jawan dies in Storm) হয় ৷ মৃত জোৱানজন গোৰেশ্বৰ অঞ্চলৰ কমলপুৰ বিধানসভাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ কাতিৰাম বড়ো(৭৩) বুলি জানিব পৰা হৈছে ৷ প্ৰচণ্ড ধুমুহাজাকৰ ফলত নিজ গৃহৰ পিৰালিত বহি থকা অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় প্ৰাক্তন সেনা জোৱানজনৰ ৷ মৃত প্ৰাক্তন সেনা জোৱানগৰাকীয়ে মৃত্যুৰ সময়ত দুজন ল’ৰা আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায় ।
Last Updated : Feb 3, 2023, 8:20 PM IST