অসম

assam

By

Published : Mar 6, 2022, 3:31 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / videos

মঙলদৈ পৌৰসভাৰ 2 নং ৱাৰ্ডৰ এটা ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

মঙলদৈ পৌৰসভাৰ 2 নং ৱাৰ্ডৰ টাউন হাইস্কুল ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি (Tense situation in Polling center at Mangaldoi)। কেন্দ্ৰটোত বিজেপি সমৰ্থিত অগপ প্ৰাৰ্থীৰ কেইবাজনো সমৰ্থকৰ প্ৰৱেশক লৈ এই পৰিস্থিতি (Political clash in municipality election) । কংগ্ৰেছী সমৰ্থকে এই লৈ উত্তপ্ত পৰস্থিতিৰ সৃষ্টি কৰে । ইফালে কংগ্ৰেছৰ সমৰ্থকৰ বিৰুদ্ধে মহিলাক দুৰ্ব্যৱহাৰৰ অভিযোগ অগপ প্ৰাৰ্থীগৰাকীৰ লগতে সমৰ্থকৰ ৷ ঘটনাস্থলীত উপস্থিত মঙলদৈ থানাৰ ভাৰপাপ্ত বিষয়া মুকুট কাকতি ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details