অসম

assam

ETV Bharat / videos

ৰেল ষ্টেচনতে একংশ ছাত্ৰ-ছাত্ৰীৰ নিচাযুক্ত দ্ৰব্য সেৱন - মূৰ্কংচেলেক ৰেল ষ্টেচন

By

Published : Mar 25, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

কোন দিশে গৈছে যুৱ সমাজ ? ৰাজ্যজুৰি অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী(anti narcotic mission), সৰবৰাহ আৰু সেৱন বিৰোধী অভিযান চলি থকাৰ সময়তে জোনাইৰ মূৰ্কংচেলেক ৰেল ষ্টেচনত দেখা গ’ল এখন বাস্তৱ ছবি ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ৰেল ষ্টেচনতে মুক্তভাৱে সেৱন কৰিছে এনে ধৰণৰ নিচাযুক্ত দ্ৰৱ্য (Student consuming intoxicating elements in railway station) ৷ চাও আহক সবিশেষ ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details