মন্ত্ৰী অতুল বৰাৰ যোগ দিৱস পালন - yoga day celebrated by atul bora at dibrugarh university assam etv bharat news
আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ৰূপত দেখা যায় কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাক । স্বাস্থ্যক লৈ সদা সচেতন বুলি পৰিচিত মন্ত্ৰী বৰাই সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্যক্তিগতভাৱে যোগ সাধনাত নিমগ্ন হয় । অৱশ্যে ইয়াৰোপৰি ডিব্ৰুগড়ত যোগ দিৱসৰ এক ৰাজহুৱা অনুষ্ঠানতো ভাগ লয় মন্ত্ৰীগৰাকীয়ে । চাওক মন্ত্ৰীগৰাকীৰ ব্যক্তিগত যোগ সাধনাৰ এই ভিডিঅ' ৷