অসম

assam

ETV Bharat / videos

ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি

By

Published : Aug 1, 2019, 1:49 PM IST

সাহিত্য চৰ্চাৰ ক্ষেত্ৰত নিজেই নিজৰ প্ৰেৰণা বিশিষ্ট সাহিত্যিকগৰাকী ৷ পাঠকৰ সঁহাৰিয়ে সমৃদ্ধ কৰিছে য়েছে দৰজে ঠংচিক ৷ সাহিত্য ক্ষেত্ৰৰ বিসংগতি আৰু খামখেয়ালিয়েই আনিব সংগতি ৷ বিসংগতি অবিহনে সাহিত্য সৃষ্টি অসম্ভৱ ৷ নিজৰ ভাষা "চেৰদোকপেন",(Sherdukpen ) ৰ পৰিৱৰ্তে অসমীয়া ভাষাত সাহিত্য চৰ্চা ৷ আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে বিশিষ্ট সাহিত্যিকগৰাকীৰ এক আছুতীয়া সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details