অসম

assam

ETV Bharat / videos

চৰাইদেউৰ সাপেখাতীত প্ৰথমবাৰৰ বাবে মহিলাৰ দ্বাৰা ভাওনা পৰিৱেশন - চৰাইদেউ চুকাফা নাট্য গোষ্ঠী

By

Published : Nov 4, 2021, 8:05 PM IST

সোণাৰিৰ সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে মহিলাৰ দ্বাৰা ভাওনা পৰিৱেশন ৷ চৰাইদেউ অগ্ৰণী মহিলা মঞ্চৰ উদ্যোগত চৰাইদেউ চুকাফা নাট্য গোষ্ঠীৰ সহযোগত বুধবাৰে প্ৰদৰ্শন কৰা হয় মহিলা ভাওনা । 'মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ' শীৰ্ষক ভাওনাৰ নাটখনিৰ প্ৰতিটো চৰিত্ৰত মহিলাসকলে সাৱলীল অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

...view details