অসম

assam

ETV Bharat / videos

আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব নেকি কৃষকৰ সাহ 'নাঙল' - কৃষক

By

Published : Jul 9, 2019, 7:09 PM IST

এতিয়া আহাৰ মাহ ! অসমীয়া চহা কৃষকৰ বাবেই এইয়া ভৰপক সময় ৷ পূৱে ঢলফাঁট দিয়াৰ আগতেই গোহালিৰ বলধহাল জুটি কান্ধত নাঙল-যুঁৱলি লৈ হালোৱা পথাৰলৈ ওলাই যায় ৷ নাঙলৰ সীৰলুৰে মেদিনী বিদাৰি কৃষকে ৰচে শইচ সোণোৱালী সপোন ৷ নাঙলৰ মুঠিতেই লুকাই থাকে কৃষকৰ জীৱন জীৱিকাৰ সূত্ৰ ৷ আহাৰ-শাওনৰ পথাৰৰ নান্দনিক সৌন্দৰ্যৰে আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details