অসম

assam

By

Published : Jan 1, 2022, 3:53 PM IST

ETV Bharat / videos

Wild Elephant Menace: বছৰৰ অন্তিম নিশা কলিয়াবৰত চলিল বন্যহস্তীৰ তাণ্ডৱ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ (Wild elephants of Kaziranga national park) জাকে কলিয়াবৰৰ ভিন্ন স্থানত নিশা প্ৰায়েই সন্ত্ৰাস চলায় আহিছে । বাদ পৰি নৰ’ল শুকুৰবাৰৰ দিনটোও বছৰৰ অন্তিমটো নিশাও কলিয়াবৰৰ কেইবাখনো গাঁৱত চলিল বন্যহস্তীৰ তাণ্ডৱ (Wild elephant attack in villages of Kaliabar) ৷ কলিয়াবৰৰ গোমোঠা গাঁও, শেনচোৱাকে ধৰি সোণাৰি-কামাখ্যা গাঁৱত পুৱতি নিশা বন্যহস্তীয়ে সন্ত্ৰাস চলাই কেইবাটাও ঘৰ ভাঙি বিধস্ত কৰে আহত হ’ল মহিলা ৷

ABOUT THE AUTHOR

...view details