মৰাণত পুৱাৰে পৰা ভোটাৰৰ লানি নিচিগা ভিৰ - আৰম্ভ হ'ল প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া
🎬 Watch Now: Feature Video
আৰম্ভ হ'ল প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ মৰাণত পুৱাৰে পৰা ভোটাৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গ'ল ৷ মৰাণত এইবাৰ 142493 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 6 জনকৈ প্ৰাৰ্থীৰ ৷ ক'ভিড প্ৰটকল মানি ভোটাৰসকলক ভোট প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷