অসম

assam

By

Published : Oct 15, 2021, 10:11 PM IST

ETV Bharat / videos

দাছাই নৃত্যৰে চিদলীত পালন কৰা হ'ল বিজয়া দশমী

চিৰাঙৰ চিদলীত ৰজাদিনীয়া ঐতিহাসিক দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ আদিবাসী চাওতাল সকলৰ দাছাই নৃত্য প্ৰদৰ্শন । বিশেষ কলাৰে দেও উঠা নৃত্য প্ৰদৰ্শন চাওতাল সকলৰ । প্ৰতিমা বিসৰ্জনৰ পূৰ্বে এই দাছাই নৃত্য কৰা হয় ৷ চাওতাল সকলৰ এই নৃত্য শেষ হোৱাৰ পাচত হে দেৱী বিসৰ্জনৰ বাবে নিয়ে ।

ABOUT THE AUTHOR

...view details