অসম

assam

By

Published : Oct 26, 2021, 10:12 PM IST

ETV Bharat / videos

Puanjab national bank ৰ বাংলা ভাষাৰ নাম ফলক বনাম বীৰ লাচিত সেনা

শিলচৰত অসমীয়া ভাষাত ক’লা ৰং সনাৰ কাৰ্যক লৈ এতিয়াও বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এইক্ষেত্ৰত বীৰ লাচিত সেনা অসমৰ বিভিন্ন জিলা সমিতিয়ে বঙালী ভাষাৰ নাম ফলকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে ধেমাজিত মঙলবাৰে পাঞ্জাৱ নেচ্যানেল বেংকৰ নামফলকত বাংলা ভাষা থকাৰ বাবেই বেংকৰ ফলক আঁতৰালে বীৰ লাচিত সেনাই । কোনো কাৰণতে ধেমাজিত বাংলা ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান বীৰ লাচিত সেনাই ।

ABOUT THE AUTHOR

...view details