ভোগালী উৰুকা : উজান বজাৰৰ মাছ বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ
উৰুকা উপলক্ষে মহানগৰীৰ বিখ্যাত উজান বজাৰতো গ্ৰাহকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ৷ ৰৌ, বৰালি, চিতল, ভকুৱাকে আদি কৰি থলুৱা মাছেৰে ভৰি পৰিছে বজাৰ । অৱশ্যে উজানবজাৰ মাছৰ বজাৰত এইবাৰ পূৰ্বৰ তুলনাত মাছৰ দাম সামান্য বৃদ্ধি পাইছে বুলি একাংশ গ্ৰাহকে মন্তব্য কৰিছে । চুবুৰীয়া জিলাসমূহৰ পৰা অহা মাছসমূহৰ দাম অনুসৰি প্ৰতি কিলোগ্ৰামত চিতল-৬০০-১০০০ টকা, ৰৌ-ভকুৱা-৪০০-৬০০ টকা, বৰালি-৬০০-৮০০ টকা । তেওঁলোকৰ মুখেৰে শুনক এইবাৰৰ মাছৰ মূল্য...